বৰদলৈ চাৰলৈ শ্ৰদ্ধাঞ্জলি
বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় স্থাপিত - ১৯৮২ ডাক - ধলাগুৰি, গোলাঘাট , অসম প্ৰয়াত প্ৰবীন বৰদলৈ দেৱৰ পৰিয়ালবৰ্গলৈ শ্ৰদ্ধাঞ্জলি জাতস্য হি ধ্রুবো মৃত্যুর্ধ্রুবং জন্ম মৃতস্য চ । তস্মাদপৰিহার্যেহর্থে ন ত্বং শোচিতুমর্হসি ॥ আজি ইংৰাজী ১৩-০৭-২০২৩ তাৰিখ, বৃহস্পতি বাৰে পুৱা ১০.০০ বজাত বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত সমূহ শিক্ষকৰ উপস্থিতিত 'বিদ্যালয় পৰিচালনা সমিতি' ৰ এখন শোক সভা অনুষ্ঠিত কৰি প্ৰয়াত বালিজান শংকৰ জ্যোতি উচ্চ মাধ্যমি...